Download Now Banner

This browser does not support the video element.

গুৱাহাটী: চাকৰি দিয়াৰ নামত নিবনুৱাক প্ৰবঞ্চনা কৰি আৰক্ষীৰ জালত মহা প্ৰবঞ্চক ধন কুমাৰ ডেকা, নুনমাটিৰ চেক্টৰ-১ পৰা গ্ৰেপ্তাৰ

Guwahati, Kamrup Metropolitan | Aug 10, 2025
চাকৰি দিয়াৰ নামত নিবনুৱাক প্ৰবঞ্চনা কৰি আৰক্ষীৰ জালত পৰিল এজন মহা প্ৰবঞ্চক। দেওবাৰে নুনমাটিৰ চেক্টৰ-১ পৰা গ্ৰেপ্তাৰ মৰিগাঁৱৰ ধন কুমাৰ ডেকাক। ধন কুমাৰ ডেকাই গুৱাহাটীৰ চচলত ভাৰাতীয় হিচাপে আছিল।প্ৰৱঞ্চক ধন ডেকাই ৰে'লৱে মাল গুদাম শ্ৰমিক সংঘ খুলি বিভিন্ন শ্ৰমিকৰ পৰা ধন সংগ্ৰহ কৰিছিল। আনকি ৰে'ল বিভাগত চাকৰি দিয়াৰ নামত নিবনুৱা যুৱক-যুৱতীৰ পৰাও ধন সংগ্ৰহ কৰিছিল ধন কুমাৰ ডেকাই।
Read More News
T & CPrivacy PolicyContact Us