Download Now Banner

This browser does not support the video element.

ঘগ্ৰাপাৰ ভাগ: নলবাৰীৰ ঘগ্ৰাপাৰত ’আছু’ৰ উদ্যোগত কীৰ্তিমানক বিশেষ অভিনন্দন অনুষ্ঠান

Ghograpar Part, Nalbari | Sep 2, 2025
সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্যতম আঞ্চলিক হিচাপে পৰিচিত ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাই বিগত বৰ্ষ সমূহৰ দৰে এইবেলিও আজি বনভাগ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় প্ৰাংগনত কৃতী শিক্ষাৰ্থীসকলৰ বিশেষ অভিনন্দন জ্ঞাপন কৰা৷ প্রাক্তন ছাত্রনেতা ৰাতুল চন্দ্র ডেকাই সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য বাখ্যা কৰা সভাখনৰ উদ্দেশ্য বাখ্যা আৰু আত ধৰে সদৌ নলবাৰী জিলা ছাত্র সন্হাৰ সহকাৰী সম্পাদক হিৰকজোতি শৰ্মাই। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নলবাৰী মেডিকেল কলেজৰ অধীক্ষক ডাঃ মাধৱ ৰাজবংশী
Read More News
T & CPrivacy PolicyContact Us