This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: ঘনশ্যাম চেণ্টাৰত অনুষ্ঠিত কৰা হয় কৰম উৎসৱ, উক্ত কৰম উৎসৱৰ অনুষ্ঠানত উপস্থিত হ’ল বিধায়ক গনেশ কুমাৰ লিম্বু
Dhekiajuli Part, Sonitpur | Sep 5, 2025
শোণিতপুৰ জিলাৰ অন্তৰ্গত ঘনশ্যাম চেণ্টাৰত অনুষ্ঠিত কৰা হয় কৰম উৎসৱ ৷ উক্ত কৰম উৎসৱৰ অনুষ্ঠানত শুক্ৰবাৰে সন্ধিয়া অনুমানিক ৭ বজাত উপস্থিত হয় বৰছলা সমষ্টিৰ বিধায়ক গনেশ কুমাৰ লিম্বু ৷ উল্লেখ্য যে ঘনশ্যাম চেন্টাৰ যুৱক সংঘৰ উদ্যোগত শীতলা মন্দিৰৰ প্ৰাংগনত আয়োজন কৰা হৈছে উক্ত কৰম উৎসৱ ৷আজি কৰ্মতীন সকলে কঠোৰ নিয়মনীতিৰ মাধ্যমৰে উক্ত কৰম উৎসৱ অনুষ্ঠিত কৰে ৷আজি এক উদুলিমুদুলি পৰিবেশ কৰম উৎসৱৰ অনুষ্ঠানত ৷