Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: ঢেকীয়াজুলিত অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতাব্দী বৰ্ষ উদ্বোধনী কাৰ্য্যক্ৰম তথা বিজয়া দশমী অনুষ্ঠান সামৰণি

Dhekiajuli Part, Sonitpur | Oct 5, 2025
ঢেকীয়াজুলিত অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতাব্দী বৰ্ষ উদ্বোধনী কাৰ্য্যক্ৰম তথা বিজয়া দশমী অনুষ্ঠান দেওবাৰে দিনৰ ২ বজাত সামৰণি পৰে ৷ উল্লেখ্য যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ঢেকীয়াজুলি খণ্ডৰ উদ্যোগত ঢেকীয়াজুলিত আজি পুৱাৰে পৰা অনুষ্ঠিত কৰিছিল সংঘৰ শতাব্দী বৰ্ষ উদ্বোধনী কাৰ্য্যক্ৰম তথা বিজয়া দশমী ৷ পুৱাৰে পৰা বিভিন্ন কাৰ্য্যসূচী ৰূপায়ণৰ অন্তত অনুষ্ঠানৰ সফল সামৰণি পৰিল ৷ উক্ত অনুষ্ঠানত সংঘৰ দুই শতাধিক কাৰ্যকৰ্তা উপস্থিত থাকে ৷
Read More News
T & CPrivacy PolicyContact Us