Download Now Banner

This browser does not support the video element.

ডিফু: গুৱাহাটীত কংগ্ৰেছ সভাপতি ৰতন ইংতিয়ে কাৰ্বি আংলঙৰ সাংবাদিক সকলক উদ্দেশ্য কৰা অপমান সুচক মন্তব্য বিৰোধিতা বিজেপিৰ

Diphu, East Karbi Anglong | Aug 30, 2025
গুৱাহাটীৰ ৰাজীৱ ভৱনত কাৰবি আংলং জিলা কংগ্ৰেছৰ সভাপতি ৰতন ইংতিয়ে এক সংবাদ মেল সম্বোধন কৰি কৈছিল যে ডিফুত সংবাদ মেল সম্বোধন কৰিলে তাৰ সাংবাদিক সকলে পঠালেও ভালদৰে নিউজটো সম্প্ৰচাৰ নহয় ৷ সেয়ে গুৱাহাটীত আমি আশা কৰিম ভাল কভাৰেজৰ ৷ লগতে তেওঁ কৈছিল কাৰবি আংলঙৰ একাংশ সংবাদ মাধ্যমক মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভয় ভাবুকি দিয়ে ৷ সেয়ে বাতৰি প্ৰকাশ নহয় ৷ গদী মিডিয়া আছে ৷ ৰতন ইংতিৰ এই মন্তব্যৰ প্ৰতিবাদ কৰি শণিবাৰে দিনৰ ১২ বজাত কা জিলা বিজেপিয়ে এক সংবাদ মেল সম্বোধন কৰে ৷
Read More News
T & CPrivacy PolicyContact Us