Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: বিহালীৰ চেৰেলীয়াত ভয়ঙ্কৰ পথ দুৰ্ঘটনা থিতাতে নিহত এগৰাকী পথচাৰী,গুৰুত্বৰ ভাৱে আহত এজন

Biswanath, Biswanath | Sep 26, 2025
বিহালীৰ চেৰেলীয়াত শুক্ৰবাৰে এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন মটৰ চাইকেলত অহা লোকে এজন পথৰ দাঁতিত বহি থকা লোকক তীব্ৰ গতিত আহি খুন্দা মৰাৰ ফলত পথচাৰী কৃষ্ণ বিশ্বাস আৰু মটৰ চাইকেল আৰোহী চঞ্চল ৰয় নামৰ লোক দুজন গুৰুত্বৰ ভাৱে আহত হয়। দুয়োকে বৰগাং স্থিত কেথেলিক মিছন চিকিৎসালয় লৈ প্ৰেৰণ কৰে যদিও কৃষ্ণ বিশ্বাস নামৰ লোকজনক চিকিৎসকে মৃত ঘোষণা কৰে।
Read More News
T & CPrivacy PolicyContact Us