This browser does not support the video element.
পশ্চিম নলবাৰী: জাগৰাত জাগাৰা নপ্তিপাৰা গাওঁ পঞ্চায়তৰ কাৰ্যভাৰ গ্ৰহণ,মাংগলিক কাৰ্যসূচীৰে সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে উশাৰাণী ডেকাই
Pachim Nalbari, Nalbari | Aug 1, 2025
জাগাৰা-নপ্তিপাৰা গাওঁ পঞ্চায়তৰ সভাপতি, উপ-সভাপতি আৰু আঞ্চলিক সদস্যই কাৰ্যভাৰ গ্ৰহণ কৰে। জাগাৰ-নপ্তিপাৰা গাওঁ পঞ্চায়ত বাকৰিত অনুষ্ঠিত হয় কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠান। সদস্য পদত জয়লাভ কৰি সভাপতি পদত নিৰ্বাচিত হৈ সভাপতিৰ কাৰ্যভাৰ গ্ৰহণ কৰে উশাৰাণী ডেকাই। উপ-সভাপতি হিচাপে বিনোদ ডেকা, আঞ্চলিক পঞ্চায়ত সদস্য হিচাপে দিনেশ বৈশ্যৰ লগতে ৱাৰ্ড সদস্য সকলে কাৰ্যভাৰ গ্ৰহণ কৰে।এই গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হোৱা কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত আঞ্চলিক পঞ্চায়তৰ সদস্য দীনেশ বৈশ্য ই