Download Now Banner

This browser does not support the video element.

কদম: আনন্দত সাপ্তাহিক বজাত প্ৰায় তিনি হাজাৰ লিটাৰ চুলাই মদ নষ্ট কৰিলে সদৰ আৱকাৰী বিভাগে

Kadam, Lakhimpur | Sep 1, 2025
লখিমপুৰ জিলাৰ সদৰ আৱকাৰী বিভাগৰ এটা দলে সোমবাৰে অবৈধ সুৰাৰ বিৰুদ্ধে আনন্দৰ সাপ্তাহিক বজাৰত অভিযান চলাই । সদৰ আৱকাৰী বিষয়াৰ নেতৃত্বত চলা এই অভিযানত আনন্দ বজাৰত দীৰ্ঘ দিনৰ পৰা চলি থকা অবৈধ চুলাই ঘাটি উৎখাত কৰাৰ লগতে প্ৰায় তিনি হাজাৰ লিটাৰ চুলাই মদ নষ্ট কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে ।
Read More News
T & CPrivacy PolicyContact Us