Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: লেহুগাঁৱৰ চাৰিশৰনীয়া বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনাত মহিলাসহ তিনিজন গুৰুতৰভাৱে আহত

Biswanath, Biswanath | Aug 11, 2025
বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত লেহুগাঁৱৰ চাৰিশৰনীয়া বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনাত সংঘটিত হৈছে।এই দুৰ্ঘটনা মটৰ চাইকেল আৰু স্কুটিৰ মাজত সংঘৰ্ষ হৈ মহিলা সহ তিনিজন লোক গুৰুতৰভাৱে আহত হয়। জানিবপৰা মতে লখিমপুৰ দিশৰ পৰা অহা এখন তীব্ৰবেগী নম্বৰপ্লেট বিহীন মটৰ চাইকেলে পাভৈ পথ অতিক্ৰম কৰিব বিচৰা এখন স্কুটিত খুন্দা মাৰে।
Read More News
T & CPrivacy PolicyContact Us