Download Now Banner

This browser does not support the video element.

ঘগ্ৰাপাৰ ভাগ: পূৱ বৰশিৰালত নলবাৰী সমষ্টিৰ ১২ নং খাতিকুছি আল্লিয়া গাওঁ পঞ্চায়তৰ অস্থায়ী কাৰ্যালয় উদ্বোধনী অনুষ্ঠান।

Ghograpar Part, Nalbari | Aug 21, 2025
বিগত পঞ্চায়ত নিৰ্বাচনত নিৰ্বাচিত ১২ নং খাতিকুছি আল্লিয়া গাওঁ পঞ্চায়তৰ প্ৰতিনিধি সকলে বৃহস্পতিবাৰে আনুষ্ঠানিক ভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে।ইয়াৰ লগত সংগতি ৰাখিয়েই অস্থায়ী কাৰ্যালয়টো উদ্বোধন কৰে বিজেপিৰ ঘগ্ৰাপাৰ মণ্ডল সমিতিৰ সভাপতি মনোজ কুমাৰ ডেকাই। ১৫ নং সাগৰকুছি-বিষ্টুপুৰ গাঁও পঞ্চায়তৰ পঞ্চায়ত প্ৰভাৰী কনক ভড়ালীয়ে আঁতধৰা উক্ত অনুষ্ঠানটোত বিজেপিৰ নেতা কৰ্মী উপস্থিত থাকে
Read More News
T & CPrivacy PolicyContact Us