Download Now Banner

This browser does not support the video element.

দেৰগাঁও: জাৰ্ফিনা ৰহমানৰ আত্মহননে লৈছে অন্য ৰূপ, দেৰগাঁৱৰ থাৰ্ড গেটত আৰক্ষী পিতৃৰ কু-কৰ্মৰ কথা ব্যক্ত কৰিলে কন্যাই

Dergaon, Golaghat | Aug 22, 2025
জাৰ্ফিনা ৰহমানৰ আত্মহননে লৈছে অন্য ৰূপ। শুক্ৰবাৰে বিয়লি প্ৰায় ৪ বজাত দেৰগাঁৱৰ থাৰ্ড গেটত আৰক্ষী পিতৃৰ কু-কৰ্মৰ কথা ব্যক্ত কৰিলে কন্যাই। উল্লেখ্য যে, যোৱা মঙ্গলবাৰে দেৰগাঁৱৰ থাৰ্ড গেটত আত্মহত্যা কৰিছিল জাৰ্ফিনা ৰহমানে। যাক লৈ অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি কৰিছিল। পৰিকল্পিত হত্যাৰ অভিযোগ কৰিছিল পৰিয়ালৰ লোকৰ। ইফালে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত স্বামী আৰিফুৰ আহমেদ আৰু তেওঁৰ ভাতৃক দেৰগাঁও আৰক্ষীয়ে সোধ-পোচৰ বাবে আটক কৰে যদিও বৃহস্পতিবাৰে নিশা দুই ভাতৃক মুকলি কৰি দিছিল।
Read More News
T & CPrivacy PolicyContact Us