Download Now Banner

This browser does not support the video element.

উত্তৰ গুৱাহাটী ভাগ: গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত অভিভাবকৰ হুলস্থুল, বিদ্যালয়খনৰ উপ-প্ৰধানৰ বিৰুদ্ধে বায় প্ৰহাৰৰ অভিযোগ

North Guwahati Part, Kamrup | Sep 10, 2025
বুধবাৰে উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত অভিভাৱকৰ হুলস্থুল। বিদ্যালয়খনৰ উপপ্ৰধান অক্ষয় কলিতাই দুগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰক নিৰ্মমভাবে প্ৰহাৰ কৰাকলৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।
Read More News
T & CPrivacy PolicyContact Us