Download Now Banner

This browser does not support the video element.

ৰঙিয়া ভাগ: ৰঙিয়াৰ সমীপৰ কেকেৰিকুছিত বজ্ৰ পৰি আহত এজন,ক্ষতিগ্ৰস্ত বহুকেইটা পৰিয়ালৰ বৈদ্যুতিক সামগ্ৰী

Rangia Part, Kamrup | Sep 10, 2025
বুধবাৰে ৰঙিয়াৰ সমীপৰ কেকেৰিকুছিত বজ্ৰ পৰি আহত এজন,ক্ষতিগ্ৰস্ত বহুকেইটা পৰিয়ালৰ বৈদ্যুতিক সামগ্ৰী। প্ৰসন্ন শালৈ নামৰ এগৰাকীৰ ঘৰত পৰিছে বজ্ৰপাত হয় যাৰ ফলত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় প্ৰসন্ন শালৈ।
Read More News
T & CPrivacy PolicyContact Us