Install App
shivbhakti
This browser does not support the video element.
উত্তৰ গুৱাহাটী ভাগ: 'অগপৰ সভাপতিয়ে বিজেপিৰ শ্ৰুতলিপিমতে কাম কৰে', বাইহাটাত দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ সদ্য অগপ ত্যাগী সত্যব্ৰত কলিতাৰ
North Guwahati Part, Kamrup | Sep 3, 2025
'অগপ সভাপতিয়ে বিজেপিৰ শ্ৰুতলিপিমতে কাম কৰে'। 'অগপৰ আটাইতকৈ বেয়া দিনতো বিজেপিৰ লগত থকাতকৈ ভাল অৱস্থা আছিল'। বুধবাৰে বাইহাটা চাৰিআলিৰ প্ৰেছ ক্লাবত সংবাদ মেল সম্বোধন কৰি দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে সদ্য অগপ ত্যাগী সত্যব্ৰত কলিতাই।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!