Download Now Banner

This browser does not support the video element.

ডিফু: ডিফুত সমাগত পূজা উপলক্ষে জিলা প্ৰশাসনৰ  ১৫২টা পুজা সমিতিৰ সৈতে সমন্বয় বৈঠক

Diphu, East Karbi Anglong | Sep 11, 2025
আংলং জিলাৰ জিলা প্ৰশাসনৰ উদ্যোগত  ১১ বজাত ডিফুৰ আৱৰ্ত ভৱনৰ  সন্মিলন কক্ষত  সমাগত পূজা উৎসৱৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিবলৈ এক সমন্বয়  বৈঠক অনুষ্ঠিঠি কৰে । জিলা আয়ুক্ত নিৰলা ফাংচপীয়ে অধ্যক্ষতা কৰা বৈঠকখনত  জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক সঞ্জীৱ কমাৰ শইকীয়া,  অতিৰিক্ত জিলা আয়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক, লাইন বিভাগ আৰু  ১৫২টা পুজা সমিতিৰ প্ৰতিনিধিসকল উপস্থিত আছিল। অতিৰিক্তই আয়ুক্তই জনায়যে, বিগত বৰ্ষৰ উৎসৱৰ নীতি-নিৰ্দেশনাবোৰ এইবছৰো একেই থাকিব ৷
Read More News
T & CPrivacy PolicyContact Us