Download Now Banner

This browser does not support the video element.

উত্তৰ গুৱাহাটী ভাগ: আমিনগাঁও ৰে'লৱে বজাৰত অগ্নিকাণ্ড, সম্পূৰ্ণৰূপে ভস্মীভূত এখন ষ্টেচনাৰী দোকান, ৫ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি

North Guwahati Part, Kamrup | Aug 26, 2025
মঙলবাৰে আমিনগাঁও ৰে'লৱে বজাৰত অগ্নিকাণ্ড।কেইবাখনকৈ দোকানত এই ঘটনা।সম্পূৰ্ণৰূপে ভস্মীভূত এখন ষ্টেচনাৰী দোকান।ভস্মীভূত হয় বাপন দে নামৰ ব্যৱসায়ী গৰাকী দোকানখন।শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ। নথি-পত্ৰৰ লগতে ৫ লক্ষাধিক টকাৰ সামগ্ৰীৰ ভস্মীভূত।
Read More News
T & CPrivacy PolicyContact Us