Download Now Banner

This browser does not support the video element.

সোণাৰি: সোণাৰি টাউন হাই স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশক লৈ বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰীৰ সংবাদ মেল

Sonari, Charaideo | Sep 9, 2025
চৰাইদেউ জিলাৰ সোণাৰি নগৰৰ মাজমজিয়াত অৱস্থিত সোণাৰি নগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন সংবাদ মেল অনুষ্ঠিত কৰা হয়। বিদ্যালয় খনৰ এজন মেধাবী ছাত্ৰ নিৰুদ্দেশ হোৱাকলৈ আয়োজন কৰা হয় এই সংবাদ মেলৰ। দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ নয়নজোতি বৰুৱা সন্ধানহীন। ঘৰৰ পৰা বিদ্যালয়লৈ যাওঁ বুলি ওলাই আহিছিল ছাত্ৰজন। ছাত্ৰ জনৰ ঘৰ সোণাৰিৰ কাষৰীয়া ভজো জাপিধৰা গাওঁত। ৫ ছেপ্টেম্বৰ শিক্ষক দিৱসৰ দিনা ঘৰৰ পৰা ওলাই আহিছিল ছাত্ৰজন। আৰু তাৰ পাছৰেপৰা নিৰুদ্দেশ হৈ পৰে মেধাবী ছাত্ৰ নয়নজ্যোতি বৰুৱা।
Read More News
T & CPrivacy PolicyContact Us