Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: দিখৌমুখ গাঁ‌ও পঞ্চায়তত ৰাইজৰ দলৰ জাতীয় জাগৰণ কাৰ্যসূচী,বিধায়ক অখিল গগৈৰ অংশগ্ৰহণ

Sibsagar, Sivasagar | Aug 28, 2025
দিখৌমুখ গাঁ‌ও পঞ্চায়তত বৃহস্পতিবাৰে ৰাইজৰ দলৰ জাতীয় জাগৰণ কাৰ্যসূচী।বিভিন্ন গাঁ‌ৱৰ ৰাইজৰ অভাৱ,অভিযোগ,সমস্যাৰ সন্দৰ্ভত মতবিনিময় কৰে বিধায়ক অখিল গগৈয়ে।
Read More News
T & CPrivacy PolicyContact Us