Download Now Banner

This browser does not support the video element.

খুমটাই: 'কেনিয়াৰ চাহে দুৰ্যোগ নমাইছে অসম তথা ভাৰতৰ চাহলৈ', খুমটাইত বিধায়ক মৃণাল শইকীয়াৰ মন্তব্য

Khumtai, Golaghat | Aug 25, 2025
কেনিয়াৰ চাহে দুৰ্যোগ নমাইছে অসম তথা ভাৰতৰ চাহলৈ। সোমবাৰে দিনৰ প্ৰায় ১১ বজাত খুমটাইত মন্তব্য বিধায়ক মৃণাল শইকীয়াৰ।শেহতীয়াকৈ কেঁচা চাহপাতৰ মূল্য অস্বাভাৱিক ভাৱে হ্ৰাস পোৱাত উদিগ্ন প্ৰকাশ কৰে খুমটাইৰ বিধায়ক গৰাকীয়ে। কেনিয়াৰ চাহ কম মূল্যত ক্ৰয় কৰি ভাৰতৰ চাহৰ সৈতে মিলাই বহু কোম্পানীয়ে চলাইছে লুণ্ঠন৷যাৰ পৰিপেক্ষিতত অসম তথা ভাৰতৰ চাহৰ চাহিদা নিম্নগামী হৈছে বুলি এই সন্দৰ্ভত সৰৱ হোৱা দেখা যায় বিধায়ক শইকীয়াক৷
Read More News
T & CPrivacy PolicyContact Us