Download Now Banner

This browser does not support the video element.

সোণাৰি: জিলাৰ FRU হিচাপে উন্নীতকৰণ হ'ব লগা লাকুৱা আদৰ্শ চিকিৎসালয় পৰিদৰ্শন জিলা যুটীয়া স্বাস্থ‍্য সেৱা সঞ্চালকে

Sonari, Charaideo | Aug 30, 2025
লাকুৱা আদৰ্শ চিকিৎসালয়খন চৰাইদেউ জিলাৰ FRU ( First Referal Unit) হিচাপে উন্নত কৰা হ’ব। ইতিমধ‍্যে যাৱতীয় ব‍্যৱস্থা গ্ৰহণ কৰিছে জিলা চিকিৎসা বিভাগে। জিলা চিকিৎসালয়ৰ পাছতেই চিজাৰিয়ান পদ্ধতিৰে সন্তান প্ৰসৱ কৰিব পাৰিব প্ৰসূতিসকলে। এই সেৱা আৰম্ভ হ’লে প্ৰসূতিসকলৰ লগতে অভিভাৱকসকলৰ বাবেও সকাহ হ’ব।আজি জিলা যুটীয়া স্বাস্থ‍্য সেৱা সঞ্চালক ডাঃ জ‍্যোতিৰ্ময় শৰ্মা বৰুৱাই চিকিৎসালয়খনত উপস্থিত হৈ কাম-কাজ সমূহৰ খটিয়ান লয়। জি.যু.স্বা.সে.স. গৰাকীক জিলা প্ৰকল্প পৰিচালত অভিজিৎ শৰ্মা তথা
Read More News
T & CPrivacy PolicyContact Us