Download Now Banner

This browser does not support the video element.

সোণাৰি: লুইতৰ বুকুত উটুৱাই দিয়া হ'ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিতাভস্ম এই মন্তব্য মন্ত্ৰী বিমল বৰাৰ

Sonari, Charaideo | Oct 6, 2025
লুইতৰ বুকুত উটুৱাই দিয়া হ'ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিতাভস্ম। অস্থি আৰু চিতাভস্ম বহুদিনলৈ সংৰক্ষণ কৰি ৰাখিলে পৰিয়ালৰ প্ৰতি আহিব পাৰে আশংকা। পুৰোহিত তথা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শমতে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত। সোণাৰিত মন্ত্ৰী বিমল বৰাই জনালে এই কথা।অনাকাংক্ষিত ঘটনাৰ উচিত তদন্তৰ বাবে চৰকাৰে যথোচিত ব্যৱস্থা গ্ৰহণ কৰা বুলিও মন্তব্য আগবঢ়ায় মন্ত্ৰী গৰাকীয়ে।আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত অসমত মৰণোত্তৰ পৰীক্ষাৰ বাবে বিভিন্ন জনে জনোৱা আহ্বানক চৰকাৰে সঁহাৰি জনায় যদি
Read More News
T & CPrivacy PolicyContact Us