This browser does not support the video element.
বিশ্বনাথ: নীলপুৰ চাহ বাগিছাত সমূহ ৰাইজৰ উদ্যোগত কৰম পূজা উৎসৱ উদযাপন
Biswanath, Biswanath | Sep 13, 2025
বিশ্বনাথ বিধানসভা সমষ্টিৰ নীলপুৰ চাহ বাগিচাৰ হনুমান মন্দিৰ ময়দানত নীলপুৰবাসী ৰাইজৰ উদ্যোগত কৰম পূজা উৎসৱটিৰ আয়োজন কৰা হৈছে। আজিৰ এই পবিত্ৰ দিনত প্ৰথম কাৰ্যসূচী অনুসৰি কৰম গছৰ ডাল মাংগলিক ৰূপত আখৰাৰ ভিতৰত লৈ আনি কৰমতিত দ্বাৰা পুজা অৰ্চনা কৰি স্থাপন কৰি কাহানিবৰে কাহিনী পঢ়ে। তাৰ পিচতে বিভিন্ন চাহ বাগিছাৰ কৰম নাচনি দলক আমন্ত্ৰন ক্ৰমে উপস্থিত হৈ কৰম নৃত্য প্ৰদৰ্শন কৰে।