Install App
binitjha
This browser does not support the video element.
বিশ্বনাথ: বিহালীত শিক্ষক বিচাৰি ধেমাজীবাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন সম্পন্ন
Biswanath, Biswanath | Sep 1, 2025
বিহালী সম জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আজি দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন। বিহালীৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ধেমাজীবাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ লগতে পূৱ মাদুৰআলী প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতি বিষয় বৱীয়াৰ , বিশ্বনাথ জিলা আদিবাসী ছাত্ৰ সন্থাৰ আছা, আৰু আটছাৰ বিহালী আঞ্চলিকৰ লগতে স্থানীয় ৰাইজে এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!