This browser does not support the video element.
লংকা: লংকাত গছ কটাক লৈ প্ৰতিবাদ একাংশ স্হানীয় ৰাইজ তথা একাংশ ব্যৱসায়ীৰ
Lanka, Hojai | Aug 31, 2025
লংকা বজাৰৰ সন্মূখত থকা বহু পুৰণি এজোপা ব'ট গছৰ লগতে কেইবাজোপাও নিম গছ কটাক লৈ লংকাত স্হানীয় একাংশ ৰাইজ তথা একাংশ ব্যৱসায়ীয়ে সাৱস্ত কৰে উক্ত প্ৰতিবাদ।বৰ্তমানৰ প্ৰখৰ গৰমত লংকা বজাৰৰ সন্মূখত ৰাইজৰ সকাহ পোৱা ঠাই, নিশা চৰাই চিৰিকটিৰ বাসস্হান স্বৰূপ উক্ত পুৰণি বট গছজোপা কটাত এনেদৰে প্ৰতিবাদ সাৱস্ত কৰে লংকাৰ একাংশ ৰাইজ তথা একাংশ ব্যৱসায়ীয়ে।