Download Now Banner

This browser does not support the video element.

টিহু ভাগ: মাখিবাহাত মাখিবাহা গ্ৰামোন্নয়ন সমিতিৰ নতুন কাৰ্যালয় আৰু ভোজনালয় গৃহৰ আধাৰশিলা স্থাপন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

Tihu Part, Nalbari | Aug 24, 2025
টিহুৰ মাখিবাহাত দেওবাৰে মাখিবাহা গ্ৰামোন্নয়ন সমিতিৰ উদ্যোগত প্ৰায় এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা মাখিবাহা গ্ৰামোন্নয়ন সমিতিৰ নতুন কাৰ্যালয় আৰু ভোজনালয় গৃহৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ।
Read More News
T & CPrivacy PolicyContact Us