Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: সাকোমঠা উন্নয়ন খণ্ড কাৰ্যালয় চৌহদত (৫টন) কোণকণি জহা চাউল পঠিওৱা বাবে ফ্লেগঅৱ জিলা আয়ুক্তৰ

Biswanath, Biswanath | Sep 11, 2025
অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অধীনত সাকোমঠা উন্নয়ন খণ্ডৰ অন্তৰ্গত জননী অসমী মহিলা কৃষক উৎপাদক কোম্পানী লিমিটেড নামৰ এটা কৃষক উৎপাদক কোম্পানী চলাই অহা হৈছে। যত বৃহৎ সংখ্যক কৃষকৰ সৈতে বিভিন্ন ধৰণৰ কৃষি সম্পর্কীয় কাম-কাজ সম্পাদন কৰা হয়। তাৰে এক অংশ হিচাপে গুৱাহাটীস্থিত Aayanant Ventures Private Limited লৈ মুঠ ৫০০০ কেজি (৫টন) কোনকোনি জহা চাউল পঠিওৱা হব। তাৰ প্ৰতি লক্ষ ৰাখি সাকোমঠা উন্নয়ন খণ্ডৰ কাৰ্যালয় চৌহদত বিশ্বনাথ জিলা আয়ুক্ত অসীম কুমাৰ দাসে ফ্লেগ অৱ কৰে।
Read More News
T & CPrivacy PolicyContact Us