Install App
kanakboro82
This browser does not support the video element.
কোকৰাঝাৰ ভাগ: চহৰৰ ইউপিপিএলৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ত সংবাদ মেল অনুষ্ঠিত কৰি দ্বিতীয় পৰ্যায়ৰ প্ৰাৰ্থিৰ নাম ঘোষনা UPPL দলৰ
Kokrajhar Part, Kokrajhar | Aug 31, 2025
ইউপিপিএলৰ দ্বিতীয় প্ৰাৰ্থী তালিকা ঘোষণা । কোকৰাঝাৰ চহৰৰ ইউপিপিএলৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ত দেওবাৰে দিনৰ ১২ বজাত সংবাদমেল আয়োজন কৰি ইউপিপিএলে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা । সংবাদমেলত ইউপিপিএলৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে কাৰ্যকৰী সভাপতি তথা সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে ৷ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকাত ১৬ টা সমষ্টিয়ে স্থান পাইছে । বৰ্তমানলৈকে ইউপিপিএল দলে ৩৪ টা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে ৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!