This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: প্ৰয়াত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনা কৰি লুলুকাই বেলতলিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
Dhekiajuli Part, Sonitpur | Oct 4, 2025
প্ৰয়াত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনা কৰি শনিবাৰে সন্ধিয়া ৭ বজাত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ লুলুকাই বেলতলিত প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ উল্লেখ্য যে সকলোৰে প্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুত এতিয়া সৰ্বত্ৰে গভীৰ শোকৰ ছাঁ পৰিছে ৷ জুবিন অনুৰাগি সকলে ঠায়ে ঠায়ে প্ৰিয় শিল্পী গৰাকীক জনাইছে গভীৰ শ্ৰদ্ধাঞ্জলি ৷ সমান্তৰালভাৱে প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনা কৰি লুলুকাই বেলতলিত শ্ৰদ্ধাঞ্জলি জনায় ৷