Download Now Banner

This browser does not support the video element.

তেজপুৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ লগত সংগতি ৰাখি প্ৰজাপতি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনত বৃক্ষৰোপণ ৰাজহচক্ৰ বিষয়াৰ

Tezpur, Sonitpur | Sep 19, 2025
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ লগত সংগতি ৰাখি পালন কৰা সেৱা সপ্তাহৰ অংশস্বৰূপে শুক্ৰবাৰে দিনৰ অনুমানিক ১১ বজাত শোণিতপুৰ জিলাৰ অন্তৰ্গত প্ৰজাপতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আজিৰ উক্ত কাৰ্যসূচীত ৰাজহ চক্ৰ বিষয়া হিমাদ্ৰী বৰা আৰু বৰছলা সমষ্টিৰ বিধায়ক গনেশ কুমাৰ লিম্বু উপস্থিত থাকে ৷ উক্ত কাৰ্যসূচীত উপস্থিত থাকি ভাৰতীয় জনতা পাৰ্টিৰ দলীয় সতীৰ্থসকলৰ সহযোগত গছ-পুলি ৰোপণ কৰি বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন কৰে ৷
Read More News
T & CPrivacy PolicyContact Us