This browser does not support the video element.
সৰুপথাৰ: সাংসদ ৰামেশ্বৰ তেলীৰ উপস্থিতিত বিধায়ক বিশ্বজিৎ ফুকনৰ সৰুপথাৰ বাসগৃহত প্ৰাক্তন আছুনেতাসহ ৩০জনৰ বিজেপিত যোগদান
Sarupathar, Golaghat | Aug 26, 2025
ৰাজ্যসভাৰ সংসদ ৰামেশ্বৰ তেলীৰ উপস্থিতিত মঙ্গলবাৰে নিশা প্ৰায় ৯ মান বজাত বিধায়ক বিশ্বজিৎ ফুকনৰ সৰুপথাৰ বাসগৃহত প্ৰাক্তন আছুনেতাসহ ৩০জনৰ বিজেপিত যোগদান। ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক উত্তম সন্দিকৈৰ লগতে ৩০ গৰাকী বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিয়ে বিজেপিত আনুষ্ঠানিকভাবে যোগদান কৰে।