Install App
nalbarinews
This browser does not support the video element.
নলবাৰী: চহৰত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত নলবাৰী জিলা ছাত্ৰ সন্থাৰ কা' ৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ
Nalbari, Nalbari | Sep 4, 2025
নলবাৰীত আছুৰ প্ৰতিবাদ।সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত নলবাৰী জিলা ছাত্ৰ সন্থাৰ কা' ৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ। চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে নলবাৰী আছুৱে কা' ৰ প্ৰতিলিপি দাহ কৰি সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!