Download Now Banner

This browser does not support the video element.

ধেমাজি: চিলাপথাৰত ৰাইজৰ দল, জাতীয় যুৱ বাহিনী আৰু ভাষিক সংখ্যালঘু কোষৰ উদ্যোগত D ভোটাৰ তালিকা দাহ কৰি উত্তাল প্ৰতিবাদ

Dhemaji, Dhemaji | Sep 1, 2025
চিলাপথাৰত ৰাইজৰ দল আৰু জাতীয় যুৱ বাহিনী লগতে ভাষিক সংখ্যালঘু কোষৰ উদ্যোগত D ভোটাৰ তালিকা দাহ কৰি উত্তাল প্ৰতিবাদ । সোমবাৰে দিনৰ দুই বজাত ধেমাজি জিলাৰ চিলাপথাৰত ৰাইজৰ দল আৰু জাতীয় যুৱ বাহিনী লগতে ভাষিক সংখ্যালঘু কোষৰ উদ্যোগত D ভোটাৰ তালিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৱে চিলাপথাৰৰ মাজমজিয়াত ডি ভোটাৰ তালিকা দাহ কৰি শাসকীয় বিজেপি চৰকা
Read More News
T & CPrivacy PolicyContact Us