This browser does not support the video element.
জলহ ভাগ: ভাৰতীয় জনতা পাৰ্টিৰ ককলাবাৰী মণ্ডলৰ অন্তৰ্গত ৫১ নং আৰু ৬১ নং বুথৰ সাধাৰণ সভাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
Jalah Part, Baksa | Sep 5, 2025
আজি বাক্সা জিলাৰ ৪১নং মানাহ বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি ককলাবাৰী মণ্ডলৰ অন্তৰ্গত ৫১নং ৬১ নং বুথৰ সাধাৰণ সভাত অংশগ্ৰহণ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ । উক্ত সভাত খনত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্রী তথা বাক্সা জিলাৰ তত্বাৱধায়ক ৰণজিৎ কুমাৰ দাস,২২নং কলাবাৰী পৰিষদীয় সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ৰমেন মদাহী ২২নং ককলাবাৰী পৰিষদীয় সমষ্টিৰ তত্বাৱধায়ক অমিতাভ শইকীয়া,ভাৰতীয় জনতা পাৰ্টি ককলাবাৰী মণ্ডল সভাপতি প্ৰতীম নৱ কুমাৰ দাস,বুথ সভাপতি প্ৰ