Download Now Banner

This browser does not support the video element.

ডিফু: অজনজাতিক কাৰ্বি ভূমিত ভূমি পট্টা প্ৰদানকলৈ ডিফুত উত্তপ্ত পৰিস্থিতি,

Diphu, East Karbi Anglong | Aug 27, 2025
বুধবাৰে দিনৰ প্ৰায় ১ মান বজাত অজনজাতিক কাৰ্বি ভূমিত ভূমি পট্টা প্ৰদানকলৈ ডিফুত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ অল আছাম বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেছনৰ সভাপতি দিপক দে'ৰ এটি মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কেএছএই৷ হাওৰাঘাটত বেঙ্গলী নেতা গৰাকীয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যক উঠাবও পাৰে নমাবও পাৰে বুলি কৰিছিল বিতৰ্কিত মন্তব্য ৷ দীপক দে'ৰ এই মন্তব্যৰ বিৰোধিতা কৰি ষষ্ঠ অনুসূচী এলেকাত অজনজাতি দীপক দে' এনে মন্তব্য কৰাৰ সাহস ক'ত পালে বুলি প্ৰশ্ন কৰে
Read More News
T & CPrivacy PolicyContact Us