Install App
usr509065
This browser does not support the video element.
চাবুৱা: নিশা চাবুৱাত উত্তপ্ত পৰিস্থিতি, জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰা সকলক আৰক্ষীয়ে আটক কৰাক লৈ চাবুৱাত প্ৰতিবাদ
Chabua, Dibrugarh | Sep 26, 2025
জুবিন গাৰ্গৰ মেনেজাৰৰ বাসগৃহত প্ৰতিবাদ সাব্যস্ত কৰিছিল শ শ ৰাইজে। ইয়াৰ পাছতে কেইবাজনকো আটক কৰিছিল আৰক্ষীয়ে।নিশা চাবুৱাত উত্তপ্ত পৰিস্থিতি, জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰা সকলক আৰক্ষীয়ে আটক কৰাক লৈ চাবুৱাত অনুৰাগীৰ প্ৰতিবাদ
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!