This browser does not support the video element.
পূব ডিব্ৰুগড়: দেশৰ প্ৰধানমন্ত্ৰী সময়ছোৱাত ডিব্ৰুগড়ৰ সদৰত জনজাতিকৰণৰ দাবীত টাইপা তীব্ৰ প্ৰতিবাদ
Dibrugarh East, Dibrugarh | Sep 13, 2025
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগমনৰ সময়ছোৱাত ডিব্ৰুগড়ৰ সদৰত টাইপা তীব্ৰ প্ৰতিবাদ ।টাই আহোম যুৱ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদ ।আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে।বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোডীৰ মিচলীয়া, আদি শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম যুৱ পৰিষদে