Download Now Banner

This browser does not support the video element.

ৰঙিয়া ভাগ: ৰঙিয়াত গুলীচালনাৰ ঘটনা,অচিনাকী দুৰ্বৃত্তই গুলিয়ালে ব্যৱসায়ীক,গুৰুতৰভাৱে আহত গোগমালাচাৰ মতলিব আলী ওৰফে বাবু

Rangia Part, Kamrup | Aug 27, 2025
বুধবাৰে নিশা ৰঙিয়াত গুলীচালনাৰ ঘটনা।অচিনাকী দুৰ্বৃত্তই গুলিয়ালে ব্যৱসায়ীক।ৰঙিয়াৰ সমীপৰ জামতোলাত সংঘটিত এই ঘটনা।গুৰুতৰভাৱে আহত গোগমালাচাৰ মতলিব আলী ওৰফে বাবু। এক জাই গুলী চলাই বাইকত পলায়ন কৰে দুৰ্বৃত্তই।
Read More News
T & CPrivacy PolicyContact Us