Install App
ziaulali
This browser does not support the video element.
কদম: ১ নং বোকানলাত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত , বৈদ্যুতিক স্পৰ্শ তাঁৰৰ বেৰা দিয়াৰ আহ্বান টাই আহোম যুৱ পৰিষদ জিলা সভাপতিৰ
Kadam, Lakhimpur | Aug 26, 2025
লখিমপুৰ জিলাৰ ছিয়াজুলীৰ ১ নং বোকানলাত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত আছে। কাকৈ তথা দীৰ্ঘা বনাঞ্চলৰ পৰা বন্যহস্তীৰ জাক ওলাই আহি ১ নং বোকানলা অঞ্চলৰ বহু পৰিয়ালৰ বাৰীত প্ৰৱেশ কৰি গছ গছনী ভাঙি তহিলং কৰি আহিছে। উক্ত বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ বাবে বৈদ্যুতিক স্পৰ্শ তাঁৰৰ বেৰা দিয়াৰ আহ্বান মঙ্গলবাৰে ১ নং বোকানলাত টাই আহোম যুৱ পৰিষদ লখিমপুৰ জিলা সভাপতিৰ কৈল্যাশ গগৈয়ে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!