Download Now Banner

This browser does not support the video element.

ওদালগুৰি: ৰৌতাত ৰৌতা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰদানৰ দাবীত বিজেপি কাৰ্যকতাৰ সংবাদ মেল

Udalguri, Udalguri | Sep 1, 2025
ভাৰতীয় জনতা পাৰ্টিৰ পাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ পিছতেই ওদালগুৰি জিলাৰ ৪০নং ৰৌতা পৰিষদীয় সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি কাৰ্য্যকৰ্তাৰ সংবাদমেল ৷ভবিষ্যতে দলীয় কাৰ্য্যকৰ্তা ধৰি ৰখাৰ তাগিদাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ,ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়ালৈ কাৰ্য্যকৰ্তাৰ কাতৰ অনুৰোধ চমলা দৈমাৰীক পাৰ্থীত্ব প্ৰদান কৰাৰ ৷যদি দলে ভাৰতীয় জনতা পাৰ্টিৰ পাৰ্থীত্ব নিদিয়ে তেনেদৰে কাৰ্য্যকৰ্তা কেনেদৰে ভবিষ্যতে ধৰি ৰাখিব প্ৰশ্ন দলীয় কাৰ্য্যকৰ্তাৰ৷
Read More News
T & CPrivacy PolicyContact Us