Download Now Banner

This browser does not support the video element.

মৰাণ: খোৱাঙৰ ৰেল ষ্টেচনত উদ্ধাৰ এজন বৃদ্ধ ব্যক্তি, কুলাঙ্গাৰ পুত্ৰ বোৱাৰীয়ে চমজি নোলোৱাত ৰাইজে আৰক্ষীক গতালে বৃদ্ধ পিতৃক

Moran, Dibrugarh | Aug 24, 2025
খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত খোৱাং ৰেল ষ্টেচনৰ সমীপত নিশা উদ্ধাৰ হয় এজন বৃদ্ধ ব্যক্তি । ষ্টেচনৰ কাষৰ স্থানীয় লোকে উদ্ধাৰ কৰা বৃদ্ধ ব্যক্তিজনৰ পৰিচয় জানিব পাৰি তিলৈৰ নিজা গৃহত থৈ আহিবলৈ যায় । কিন্তু বৃদ্ধ পিতৃক চমজি নললে পুত্ৰ বোৱাৰীয়ে । উপায়ন্তৰ হৈ স্থানীয় লোক কেইজনে বৃদ্ধ ব্যক্তিজনক গতাই দিয়ে খোৱাং আৰক্ষীক । যিটো কথাই বহু হৃদয়বান লোকৰ মনত আঘাত দিছে ।
Read More News
T & CPrivacy PolicyContact Us