Download Now Banner

This browser does not support the video element.

সোণাৰি: 'বাংলাদেশী অসমত থাকিলে অসুবিধা নাই বুলি কোৱা ছৈয়দা হামিদে অসমৰ বাংলাদেশীক লৈ যাওঁক', সোণাৰিত টাইপাৰ জিলা সম্পাদকৰ মত

Sonari, Charaideo | Aug 25, 2025
দিল্লীৰ পৰা অসমত আহি মুসলমানৰ লগত বাংলাদেশীক লৈ সমাজ কৰ্মী ছৈয়দা হামিদে কৰা বিস্ফোৰক মন্তব্যৰ বিৰোদ্ধে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ জিলা সম্পাদক নৱ লাহনৰ প্ৰতিক্ৰিয়া ।কোনো বাংলাদেশী বিদেশিক অসমত স্থান দিয়া নহ'ব। টাইপাৰ সম্পাদক গৰাকীয়ে ছৈয়দা হামিদে কৰা মন্তব্যক তীব্ৰ গৰিহণা প্ৰদান কৰে। অসমীয়া সাংস্কৃতিক, অসমীয়া অৰ্থনৈতিক আৰু অসমীয়াৰ জনগাঁথনিৰ বিষয়ে জ্ঞান নথকাৰ বাবেই এনে মন্তব্য প্ৰদান কৰিছে বুলি কয় সংগঠনটোৰ সম্পাদক গৰাকীয়ে। সম্পাদক গৰাকীয়ে কয় যে ছৈয়দ
Read More News
T & CPrivacy PolicyContact Us