Download Now Banner

This browser does not support the video element.

হাজো: হৰিনামৰ ধ্বনিৰে মুখৰিত বস্ত্ৰ নগৰী শুৱালকুছিৰ সত্ৰ-নামঘৰ, শ্ৰীশ্ৰী ঈশ্বৰ হাটি সত্ৰত গুৰুজনাৰ তিৰোভাৱ তিথি উদযাপন

Hajo, Kamrup | Aug 25, 2025
সোমবাৰে হৰিনামৰ ধ্বনিৰে মুখৰিত বস্ত্ৰ নগৰী শুৱালকুছিৰ সত্ৰ-নামঘৰ, শ্ৰীশ্ৰীঈশ্বৰ হাটি সত্ৰত গুৰুজনাৰ তিৰোভাৱ তিথি উদযাপন।ভকত-বৈষ্ণৱৰে নাম-প্ৰসঙ্গৰ আয়োজন কৰা হয় ৷শুৱালকুছিৰ ঐতিহাসিক শ্ৰীশ্ৰীঈশ্বৰ হাটি সত্ৰকে ধৰি প্ৰতিখন সত্ৰ-নামঘৰত ভকত-বৈষ্ণৱ সকলে নাম-কীৰ্ত্তনত অংশ গ্ৰহণ কৰি সমগ্ৰ বস্ত্ৰ নগৰীখনকে হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি তোলে।
Read More News
T & CPrivacy PolicyContact Us