This browser does not support the video element.
লংকা: লংকাৰ সুভাষ নগৰৰ ৫ নং বাৰ্ডত শ্ৰী শ্ৰী মনসা পূজাত উপস্থিত হৈ মনসা মা'ৰ আৰ্শীষ লয় বিধায়ক শিবু মিশ্ৰই
Lanka, Hojai | Aug 28, 2025
লংকাৰ সুভাষ নগৰৰ ৫ নং বাৰ্ডত শ্ৰী শ্ৰী মনসা পূজাত উপস্থিত হৈ মনসা মা'ৰ আৰ্শীষ লয় বিধায়ক শিবু মিশ্ৰই। বৃহস্পতিবাৰে আবেলি ৫ মান বজাত লামডিং বিধানসভা সমষ্টিৰ অন্তৰ্গত লংকাৰ সুভাষ নগৰৰ ৫ নং বাৰ্ডত শ্ৰী শ্ৰী মনসা পূজাত উপস্থিত হৈ মনসা মা'ৰ আৰ্শীষ লয় লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই।উক্ত ক্ষণত বিধায়ক শিবু মিশ্ৰই মা'ৰ আৰ্শীষ লোৱা লগতে স্হানীয় ৰাইজৰ তথা মনসা মা' উদযাপন সমিতিৰ কৰ্মকৰ্তাৰ লগত মতবিনিময় কৰে।