Download Now Banner

This browser does not support the video element.

তেজপুৰ: শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰাত সংগঠিত হ’য় ভয়ংকৰ পথ দুৰ্ঘটনা,উক্ত দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হ’ল এজন

Tezpur, Sonitpur | Aug 23, 2025
শনিবাৰে বিয়লি অনুমানিক ৪ বজাত শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰাত সংগঠিত হ’য় পথ দুৰ্ঘটনা ৷ উক্ত পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় এগৰাকী লোক ৷ উল্লেখ্য যে স্কৰপিও বাহন এখনৰ লগত স্কুটি এখন দুৰ্ঘটনাত পতিত ৷ যদিও এয়া পৰিকল্পিত পথ দুৰ্ঘটনা বুলি সন্দেহ স্থানীয় ৰাইজৰ ৷ উক্ত ঘটনাৰ খবৰ পাই ইতিমধ্যে ঠেলামৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে উক্ত দুৰ্ঘটনাৰ প্ৰকৃত  সত্যৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে ৷
Read More News
T & CPrivacy PolicyContact Us