Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: 'সংবিধানত প্ৰথম বা দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাই', মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ ফকিৰাগ্ৰামত বিধায়ক লোৰেঞ্চ ইছলাৰীৰ মন্তব্য

Kokrajhar Part, Kokrajhar | Aug 11, 2025
ভাৰতীয় সংবিধান ত প্ৰথম বা দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাই । নিৰ্বাচনক লক্ষ্য কৰি ৰইজেক আকৃষ্ট কৰিবলৈ এনে মন্তব্য কৰা ঠিক হোৱা নাই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিচি নিৰ্বাচন প্ৰচাৰ লক্ষ্যৰে বিটিআৰ ৰ বিভিন্ন সমষ্টিত জনসভা মেলত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নোৱাৰে বুলি ভাষণ প্ৰদান কৰা প্ৰসংগৰ উপৰত সোমবাৰে দিনৰ ১ বজাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক তথা বিটিআৰ শান্তি চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী লোৰেঞ্চ ইছলাৰীই।
Read More News
T & CPrivacy PolicyContact Us