Download Now Banner

This browser does not support the video element.

ওদালগুৰি: ডিমাকুছিত ইএম সঞ্জিত তান্তীৰ আপত্তিজনক ফটো ভাইৰেল হোবাক লৈ প্ৰতিক্ৰিয়া সদৌ অসম বঙালী যুৱছাত্ৰ ফেডাৰেশ্যনৰ

Udalguri, Udalguri | Aug 26, 2025
বিটিআৰৰ ই এম সঞ্জিত তান্তীৰ আপত্তিজনক ফটো ভাইৰেল হোৱাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে। ফটো ভাইৰেল কাণ্ডৰ মুল অভিযুক্ত ৰতন মণ্ডলৰ বাসগৃহত সঞ্জিত তান্তীৰ একাংশ সমৰ্থকে আক্ৰমণ কৰাৰ অভিযোগ উথ্থাপন কৰিছে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে ৷ গোপন ফটো ভাইৰেলৰ দৰে গৰ্হিত কাৰ্য কেতিয়াও সমৰ্থনযোগ্য নহ’য় বুলি উল্লেখ কৰি এনে ঘটনাৰ আলম লৈ আইন হাতত তুলি নলবলৈ সকলো পক্ষকে আহ্বান জনাই বিটিআৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ উপ সভাপতি বাপন বণিকে ।
Read More News
T & CPrivacy PolicyContact Us