Download Now Banner

This browser does not support the video element.

ওদালগুৰি: ভেৰগাঁৱত সমাগত বিটিআৰ পৰিষদীয় নিৰ্বাচনৰ ৩২ নং ভেৰগাঁও বিজেপিৰ নিৰ্বাচনী পৰিচলনাৰ সমিতি মুখ্য কাৰ্য্যলয়ৰ শুভ উদ্বোধন

Udalguri, Udalguri | Sep 4, 2025
কাৰ্য্যলয় শুভ উদ্বোধন কৰে বিজেপিৰ প্ৰাৰ্থী জৌশ্ৰাং বড়োৱে, উপস্থিত থাকে পৰিষদীয় সমষ্টিৰ প্ৰভাৰী কমল কুমাৰ মেধি ৰাজেন বড়ো, ৰাজ্যিক কাৰ্য্যনিৰ্ব্বাহক নিলিমা বহ্ম, প্ৰাক্তন পৰিষদীয় সদস্য ৰাতিৰাম বড়ো, ওদালগুৰি জিলা যুব মৰ্চাৰ সভাপতি সমৰেশ হাজৰিকা, পাৰ্বতী কুৰ্মীৰ লগতে বহু কেইজন জিলা তথা মন্ডল বিজেপিৰ জ্যেষ্ঠ কৰ্মকৰ্তা আৰু বহু সংখ্যক ৰাইজঃ
Read More News
T & CPrivacy PolicyContact Us