Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অনুপ্ৰৱেশ আৰু বিদেশী (ৰেহাই) আদেশ- ২০২৫ আৰু কা বাতিলৰ দাবীত নগৰত জুই সমদল

Sibsagar, Sivasagar | Sep 6, 2025
শনিবাৰে সন্ধিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অনুপ্ৰৱেশ আৰু বিদেশী (ৰেহাই) আদেশ- ২০২৫ আৰু কা বাতিলৰ দাবীত জাতী়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোৰ সম দল নগৰৰ চাৰিআলিৰ পৰিষদৰ কাৰ্য্যালয়ৰ বাহিৰ কৰা এই জুই সমদল কাৰ্যসূচীত শতাধিক প্রতিবাদকাৰীয়ে অংশ গ্ৰহন কৰেজাতী়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা কাৰ্য্যালয়ৰ পৰা নগৰৰ মাজমজিয়াৰ ঘাই ঘাই পথেদি বাহিৰ কৰা হয় এই জুই সমদল।
Read More News
T & CPrivacy PolicyContact Us