Install App
policymotors9gmail
This browser does not support the video element.
সোণাৰি: মাহমৰাৰ ৯নম্বৰ নেপালী গাঁৱত আঠটাকৈ বিষাক্ত চকৰীফেটি পোৱালি উদ্ধাৰ,বন বিভাগৰ সৈতে প্ৰকৃতি প্ৰেমীয়ে উদ্ধাৰ কৰে সাপ কেইডাল
Sonari, Charaideo | Sep 12, 2025
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিত আঠটাকৈ বিষাক্ত চকৰীফেটি পোৱালি উদ্ধাৰ। মাহমৰা সমষ্টিৰ কাকতিবাৰীৰ ৯ নম্বৰ নেপালী গাঁৱত উদ্ধাৰ চকৰীফেটিৰ পোৱালি কেইটা। নকুল চন্দ নামৰ লোকজনৰ ঘৰত উদ্ধাৰ পোৱালি কেইটা। পোৱালি কেইটাৰ বয়স আনুমানিক তিনি ছাৰিদিনৰ বুলি ধাৰণা কৰা হৈছে। প্ৰকৃতিপ্ৰেমী জ্যোতিপ্ৰসাদ বৰুৱা আৰু বন বিভাগে উদ্ধাৰ কৰা চকৰীফেটি পোৱালি কেইটা নাফুক বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত ইতিমধ্যে প্ৰদান কৰা হৈছে বনাঞ্চলত মুকলি কৰিবলৈ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!