Download Now Banner

This browser does not support the video element.

বিহপুৰীয়া: মেনেহা চাৰিআলীত ২৪ গ্ৰাম সন্দেহযুক্ত ড্ৰাগছসহ গ্ৰেপ্তাৰ এটা সৰবৰাহকাৰীক আৰক্ষীৰ

Bihpuria, Lakhimpur | Sep 2, 2025
লখিমপুৰৰ লালুকৰ মেনেহাত ড্ৰাগছ সহ আৰক্ষীৰ জালত এজন যুৱক। ধৃত সৰবৰাহকাৰীটো ২নং আহমেদপুৰৰ আকিৰুল ইছলাম। লালুক মেনেহা চাৰিআলীত এই অভিযান আৰক্ষীৰ মঙ্গলবাৰে । ২৪ গ্ৰাম সন্দেহযুক্ত ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰীটোক।জব্দ এখন ২২০ পালছাৰ বাইক এটা মোবাইল ফোন।আকিৰুলক জিম্মাত লৈ জেৰা অব্যাহত লালুক আৰক্ষীৰ।
Read More News
T & CPrivacy PolicyContact Us